হৃদয়ৰ সংলাপ
জীৱন যাত্ৰাত কেতিয়াবা পোহৰ হৈছোঁ, কেতিয়াবা এন্ধাৰ, কেতিয়াবা আকাশ হৈছোঁ, কেতিয়াবা সাগৰ। আশা-নিৰাশা, পোৱা-নোপোৱাৰ আলি-দোমোজাত মোৰ অনুভৱে কেতিয়া শব্দৰ ৰূপ ললে গমকে নাপালো, মোৰ সেই অনুভৱৰে কিছু অংশ আপোনালোকৰ বাবে তুলি দিলো,এই হৃদয়ৰ সংলাপ হিচাপে৷৷৷৷৷৷৷৷
Friday, August 5, 2011
Wednesday, August 3, 2011
Tuesday, August 2, 2011
পখিলাৰ প্ৰেম
প্ৰেমে নামানে বয়সৰ সীমনা
প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা
নৌকাই বিচাৰি লয় নিজৰ ঘাট
মানুহে বিচাৰি মৰে সুখৰ বাট
কিমান আকুল এই হৃদয় তোমাৰ বাবে
কোনে বুজিব?
কোনে বুজিব, কিদৰে আশাৰ সমাধি বগাই
ৰৈ আছো এতিয়া মাথো তোমাৰ বাবেMonday, August 1, 2011
Blogger: Dashboard
ক্ৰিং ক্ৰিং ক্ৰিং .....
আজি প্ৰায় ৫/৬ বছৰমানৰ মুৰত এই শব্দটো শুনিলো৷ ভাল লাগিল কিবা নষ্টালজিক শব্দ এটা শুনা যেন লাগিল৷ প্ৰকৃত কথাটো হল আমাৰ লেণ্ডলাইনটো আজি ৬ বছৰমানৰ পাছত ভাল হল৷ ধন্যবাদ ভাৰত সংসাৰ নিগম লিমিটেডৰ অসম শাখা৷
Saturday, July 30, 2011
মোৰ পৃথিৱীলৈ স্বাগতম
এক নতুন পৃথিৱীৰ বতৰা পাই আগবঢ়ি আহিছো সকলোৰে লগত Share কৰিবলৈ৷ জীৱনৰ বহু কথা কাকো নোকোৱাকৈয়ে থাকি আহিছে৷ কম সকলো কম৷ নাজানো কাৰ আগত, তথাপি কম৷ হিয়া উজাৰি কম মোৰ হৃদয়ৰ সংলাপ
Subscribe to:
Posts (Atom)